记录中的内容
- 时间
- 1893年12月 – 1894年1月
- 类型
- 叛乱
- 坐标
- 26.47° N, 91.63° E
- Description
- rebellion against British in 1894
标在该区域,而非确切地点。
ৰঙিয়া ৰাইজমেল
ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ
ৰঙিয়া ৰাইজমেল ৰঙিয়াৰ কৃষকসকলে ব্ৰিটিছৰ বৰ্দ্ধিত ভূমিকৰৰ বিৰুদ্ধে গঢ়ি তোলা এটা কৃষক বিদ্ৰোহ। এই বিদ্ৰোহ সংঘটিত হৈছিল ১৮৯৪ চনৰ ১০ জানুৱাৰীত। সেইদিনা প্ৰায় তিনিহাজাৰ খেতিয়কে লাঠি-টোকানসহ ৰঙিয়া থানাৰ সন্মুখত অৱস্থান কৰিছিল। বিদ্ৰোহীসকলৰ আক্ৰমণত কামৰূপৰ ডেপুটি কমিচনাৰ মেকাবি চাহেবৰ মৃত্যু হয়। তেতিয়া পুলিছে গুলি চলায়। চৰকাৰীভাবে সেই গুলীচালনাত এজনো লোকৰ মৃত্যু হোৱা নাই বুলি কোৱা হৈছিল যদিও জনশ্ৰুতিমতে সোতৰজন লোকৰ…
来自阿萨姆语维基百科,CC BY-SA · 阅读文章
记录它的来源
- Wikidata: wars and rebellionsWikidata contributorsCreative Commons CC0 1.0 (public domain dedication)来源页面